ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলত অসমৰ বোৱাৰী
প্ৰবন্ধ
a sample image

ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলত অসমৰ বোৱাৰী

মুকুট শৰ্মা | January 07, 2019 12:08 hrs

ব্ৰিটেইনৰ চহকী আৰু ঐতিহ্যমণ্ডিত মহিলা ক্ৰিকেট ক্ষেত্ৰখনৰ এক সম্ভাৱনাময় তাৰকা হিচাপে শেহতীয়াকৈ জিলিকি উঠিছে অসমৰ এগৰাকী বোৱাৰী৷ ইতিমধ্যে ইংলেণ্ড টেষ্ট দলক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা এইগৰাকী অসমৰ ক্ৰিকেটাৰ-বোৱাৰী সম্প্ৰতি দেশখনৰ সবাতোকৈ মৰ্যদাপূৰ্ণ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা কাউণ্টী চেম্পিয়নশ্বিপৰ আগশাৰীৰ দল নটিংহামশ্বেয়াৰৰ অধিনায়িকাৰ দায়িত্বত নিয়োজিত৷

অধিক পঢ়ক