শতিকা পুৰণি শিপাৰ দলং সংৰক্ষণ কৰিছে মেঘালয়ৰ ২৩ বছৰীয়া যুৱকে
দৈনিক বাতৰি

শতিকা পুৰণি শিপাৰ দলং সংৰক্ষণ কৰিছে মেঘালয়ৰ ২৩ বছৰীয়া যুৱকে

জিপ্লাছ ব্যুৰ’ | June 19, 2019 13:17 hrs

১৯ জুন, গুৱাহাটী - শতিকা শতিকা ধৰি ৱাৰ খাছী জনজাতিৰ লোকসকলৰ যাতায়াতৰ একমাত্ৰ উপায় হিচাপে আছে এখন দলং। জীৱিত শিপাৰে পথৰ ৰূপ লোৱা এই বিশেষ দলংখন আছে খাছী আৰু জয়ন্তীয়া পৰ্বতৰ ঘন অৰণ্যত।
 

এই শতিকা পুৰণি দলংখনৰ সংৰক্ষণৰ বাবে মেঘালয়ৰ এগৰাকী ২৩ বছৰীয়া যুৱক মৰ্ণিংষ্টাৰ খংথাও-এ আৰম্ভ কৰিছে এক ফাউণ্ডেশ্যন। লিভিং ব্ৰীজ ফাউণ্ডেশ্যন শীৰ্ষক এই ফাউণ্ডেশ্যনে এই সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাৰ বাবে সমৰ্পনেৰে কাম কৰি আহিছে।

Banner

সেই বিশেষ দলংখন