২০ গৰাকী সাংবাদিকলৈ ৰাজ্যিক পেঞ্চন ঘোষণা
দৈনিক বাতৰি

২০ গৰাকী সাংবাদিকলৈ ৰাজ্যিক পেঞ্চন ঘোষণা

জিপ্লাছ ব্যুৰ’ | August 14, 2019 10:48 hrs

১৪ আগষ্ট, গুৱাহাটী - স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্ত্তত কালি ৰাজ্য চৰকাৰে ২০ গৰাকী সাংবাদিকক ‘অসম সাংবাদিক পেঞ্চন আঁচনি ২০১৯-২০’ ৰ অধীনত বাচনি কৰিছে।

এই সাংবাদিকসকলে ১ এপ্ৰিল, ২০১৯ ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি মাহেকত ৮০০০ টকাকৈ লাভ কৰিব। 

বাচনিপ্ৰাপ্ত সাংবাদিকসকল ক্ৰমে -
দীপক দাস (কৰিমগঞ্জ)
নাথমল তীব্ৰেৱালা (শোণিতপুৰ)
ইকবাল আহমেদ (ডিব্ৰুগড়)
অমূল্য খাটনিয়াৰ (তিনিচুকীয়া)
উদয় শংকৰ বৰগোঁহাই (কামৰূপ মহানগৰ)
ঘনকান্ত দাস (বিশ্বনাথ চাৰিআলি)
সত্যনাৰায়ণ মিশ্ৰ (কামৰূপ মহানগৰ)
হিমেন ভট্টাচাৰ্যী (তিনিচুকীয়া)
পদ্মেশ্বৰ চিত্ৰকৰ (কামৰূপ মহানগৰ)
কিৰণ কুমাৰ মুখাৰ্জী (নগাওঁ)
পৱন হাজৰিকা (ওদালগুৰি)
অৰুণ কুমাৰ দাস (যোৰহাট)
সঞ্জয় বৰকটকী (কামৰূপ মহানগৰ)
জীতেন শৰ্মা (তিনিচুকীয়া)
ৰঞ্জিত কুমাৰ দাস (ওদালগুৰি)
বলেন্দ্ৰ কলিতা (কামৰূপ মহানগৰ)
হৰেণ শৰ্মা (যোৰহাট)
চম্পক বৰবৰা (কামৰূপ মহানগৰ)
ইমৰাণ হুছেইন (কামৰূপ মহানগৰ) আৰু
দীপাংকৰ ৰয় (কামৰূপ মহানগৰ)।

Banner

প্ৰতিনিধিত্বমূলক ছবি