তৰুণ গগৈক অভিনৱ সৃষ্টিশীলতাৰে শ্ৰদ্ধাঞ্জলি অসমৰ শিল্পীৰ - G Plus
দৈনিক বাতৰি

তৰুণ গগৈক অভিনৱ সৃষ্টিশীলতাৰে শ্ৰদ্ধাঞ্জলি অসমৰ শিল্পীৰ - G Plus Assam

জি প্লাছ নিউজ | November 25, 2020 17:10 hrs

সমগ্ৰ অসমৰ শিল্পী সমাজে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত তেওঁক ভিন্ন সৃষ্টিশীল পদ্ধতি প্ৰদৰ্শনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন পৰে।


দুলীয়াজানৰ শিল্পী মঞ্জিৎ কাশ্যপে ৫ মিমি.ৰ এটা চাউলত গগৈৰ এখন চিত্ৰ অংকন কৰে।
 

Rest in peace. You will be remembered as one of the most successful chief Minister of Assam. My Condolences to his Family.

Posted by Manjit Kashyap on Tuesday, 24 November 2020


“ মই এজন ৰাজনীতিবিদ হিচাপে তেওঁৰ প্ৰতি থকা মোৰ শ্ৰদ্ধাৰ বাবে এই চিত্ৰ অঁকাৰ বাবে চেষ্টা কৰিছিলো। কিন্তু তাতোতকৈও অধিক এজন ভাল ব্যক্তি হিচাপে।” কাশ্যপে জি প্লাছক প্ৰকাশ কৰে।


বহু প্ৰচেষ্টাৰ অন্তত ছবিখন তেওঁ ৫-১০ মিনিটৰ ভিতৰত শেষ কৰিবলৈ সক্ষম হৈছিল।


এজন ৰঞ্জন শইকীয়া নামৰ ঢেঁকীয়াজুলিৰ শিল্পীয়ে গাভৰু নদীৰ পাৰত বলুকা ভাস্কৰ্যৰে তৰুণ গগৈদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
 

তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ জনপ্ৰিয় নেতা তথা অন্যতম মহীৰূহ তৰুণ গগৈ চাৰলৈ...

Posted by Ranjan Saikia on Tuesday, 24 November 2020