প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰোগ্য হয় ক’ৰ’ণাৰ পৰা। অসমীয়া বাতৰি
দৈনিক বাতৰি

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ ক’ৰ’ণাৰ পৰা আৰোগ্য

জি প্লাছ নিউজ | September 16, 2020 22:06 hrs

গুৱাহাটীঃ অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ বুধবাৰে আৰোগ্য হয় ক’ৰ’ণাৰ পৰা।


তেওঁক  ২৬ আগষ্টৰ দিনা প’জিটিভ হোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত  ভৰ্ত্তি কৰোৱা হৈছিল। গগৈয়ে এই খবৰ সদৰি কৰিছিল টুইটযোগে।


তেওঁৰ উপচাৰ চলি থকাৰ সময়্তে স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু অক্সিজেনৰ পৰিমাণ কমি গৈছিল। তেওঁক প্লাজমাও দিয়া হৈছিল।