পাটিয়ালাত স্বৰ্ণ জয়েৰে পুনৰ উজলিল হিমা
দৈনিক বাতৰি

পাটিয়ালাত স্বৰ্ণ জয়েৰে পুনৰ উজলিল হিমা

| March 18, 2019 17:44 hrs

গুৱাহাটীঃ স্বৰ্ণ জয়েৰে পুনৰ উজলি উঠিছে ধিং এক্সপ্ৰেছ হিমা দাস। পঞ্জাৱৰ পাটিয়ালাত অনুষ্ঠিত ২৩ সংখ্যক ফেডাৰেচন কাপত সোমবাৰে স্বৰ্ণ জয় কৰিবলৈ সমৰ্থ হয় হিমাই।

মাত্ৰ ৫২.৮৮ ছেকেণ্ডতে ৪০০ মিটাৰ দৌৰ সম্পন্ন কৰি পদক জয় কৰে স্বৰ্ণ কন্যাগৰাকীয়ে। উল্লেখ্য যে, ৪০০ মিটাৰত হিমা দাসৰ সৰ্বশ্ৰেষ্ঠ সময় ৫০.৭৯ ছেকেণ্ড।

Banner

ফাইল ফটো