আগন্তুক ৪ দিনত উত্তৰ-পূবত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা

Friday, 28 February 2020

দৈনিক বাতৰি

আগন্তুক ৪ দিনত উত্তৰ-পূবত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা

জিপ্লাছ নিউজ ডেস্ক | September 11, 2019 13:53 hrs

১১ ছেপ্তেম্বৰ, গুৱাহাটী : ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ১১ ছেপ্তেম্বৰৰ পৰা ১৪ ছেপ্তেম্বৰলৈ উত্তৰ- পূৰ্বাঞ্চলত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা জাননী অনুসৰি, অসম, ছিকিম, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত প্ৰবাল বৰষুণ-বজ্ৰপাত হ’ব পাৰে। 


আনহাতে এই চাৰিদিনৰ ভিতৰত অৰুণাচলপ্ৰদেশ আৰু অসমত সাগৰপৃষ্ঠৰপৰা ১,৫ কিমি ওপৰলৈকে ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰো সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

প্ৰতিনিধিত্বমূলক ছবি

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Global Hospital

    Are you financial difficult? Do you find a way to increase your financial status? Here is opportunity for you to sell one of your kidney for 3 crore and be financial free, for details. whatsApp +918929375881. Email: globalkidneyhospital@gmail.com