Online Train Bookings from 10 AM Today, Details Inside | Assamese News

Tuesday, 02 June 2020

দৈনিক বাতৰি

পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে ৰ’লৰ টিকট বুকিং, সবিশেষ পঢ়ক

| May 21, 2020 09:35 hrs

২১ মে’, গুৱাহাটী - ১ জুনৰ পৰা দেশজুৰি চলাচল কৰিবলগীয়া ২০০ খন ৰে’লৰ তালিকা প্ৰকাশ কৰিছে ভাৰতীয় ৰে’লৱেই। 

ইয়াৰ বাবে আজি পুৱা ১০ বজাৰ পৰাই আৰম্ভ হৈছে টিকট বুকিংৰ কাম।

ইয়াৰ পূৰ্বে, ৰে’ল মন্ত্ৰালয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় তথা গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি ১ জুন তাৰিখৰ পৰা আংশিকভাৱে ৰে’ল চালনাৰ কাম হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।