৬ মাহতে দলত্যাগ উৰ্মিলা মাতণ্ডকাৰৰ 

Thursday, 19 September 2019

দৈনিক বাতৰি

৬ মাহতে দলত্যাগ উৰ্মিলা মাতণ্ডকাৰৰ 

জিপ্লাছ নিউজ ডেস্ক | September 10, 2019 15:20 hrs

১০ ছেপ্তেম্বৰ, গুৱাহাটী : বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰৰ দলত্যাগ। গৰাখহনীয়া ৰোধিব পৰা নাই কংগ্ৰেছ দলে। বিগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ দলত যোগদান কৰা অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰে  কংগ্ৰেছ দল ত্যাগ কৰে।


বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু দুৰ্ভাগ্যৱশতঃ নিৰ্বচনত পৰাজয় বৰণ কৰে উৰ্মিলাই।   অৱশ্যে এতিয়াও উৰ্মিলাই দলত্যাগ কৰাৰ কাৰণ স্পষ্ট হোৱা নাই। কংগ্ৰেছত শেহতীয়াকৈ চলি থকা ক্ষমতা কেন্দ্ৰীক বিবাদেই অভিনেত্ৰীগৰাকীয়ে দলত্যাগ কৰাৰ কাৰণ হ’ব পাৰে বুলি অনুমান কৰে অনুৰাগীসকলে।

Banner
Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Global Hospital

    Hello , Are you interested to selling one of your kidney for a good amount of 3 crore in India. we are looking for kidney donor, Very urgently who are group B,group A ,O+ve and 0+ve. Interested Donor should contact us now.whatsApp +918929375881. Email: globalkidneyhospital@gmail.com