পুনৰ মহানুভৱতাৰ পৰিচয় দিলে শিল্পী জুবিন গাৰ্গৰ
দৈনিক বাতৰি

পুনৰ মহানুভৱতাৰ পৰিচয় দিলে শিল্পী জুবিন গাৰ্গৰ

জিপ্লাছ ব্যুৰ’ | June 19, 2019 13:00 hrs

১৯ জুন, গুৱাহাটী - আজি পুৱা গোৱালপাৰা জিলাৰ ৰংজুলিৰ পৰা বাঞখৌ উৎসৱৰ অনুষ্ঠান শেষ কৰি উভতি অহা পথতেই ছয়গাঁৱৰ কৈমাৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দুৰ্ঘটনাত পতিত গাড়ী এখন প্ৰত্যক্ষ কৰে ।

শিল্পীগৰাকীয়ে ততালিকে আহত লোককেইজনক স্থানীয় ৰাইজৰ সহযোগত নিজ হাতেৰে দুৰ্ঘটনাগ্রস্থগাড়ী খনৰ পৰা উলিয়াই আনি এম্বুলেন্সেৰে চিকিৎসাললৈ প্ৰেৰণ কৰে।

Banner

কাৱৈমাৰীত জুবিন