G Plus
লঘূ বিষয়

অসমীয়া উদ্যোগীলৈ 'Social Changemaker Award'

জিপ্লাছ নিউজডেস্ক | November 28, 2018 14:13 hrs

অসমৰ উদ্যোগী যুৱক মাইহুৰ্ছা বড়োলৈ আগবঢ়োৱা হৈছে সন্মানীয় ‘ছ’চিয়েল চেঞ্জমেকাৰ বঁটা’। ইণ্ডিয়ান আৱাজৰ দ্বাৰা প্ৰদান কৰা এই সন্মানীয় বঁটা আগবঢ়োৱা হয় কলকাতাৰ চাৰ্কোল ক্লাৱত অলপতে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত।
অধিক পঢ়ক

২ নৱেম্বৰত বালিপৰা ফাউণ্ডেশ্যন বঁটা প্ৰদান - ইষ্টাৰ্ণ হিমালয় নেশ্যাৰোন’মিক্স ফ’ৰাম ২০১৮ত ‘ইকো-ফেমিনিজম’ মুকলি

জি-প্লাছ নিউজডেস্ক | October 31, 2018 19:24 hrs

ইক’ফেমিনিজমৰ অন্তৰালত থকা কিছু গভীৰ বিষয় লৈ অহা ১ আৰু ২ নৱেম্বৰ, ২০১৮ তাৰিখে গুৱাহাটীৰ হোটেল লিলিত ইষ্টাৰ্ণ হিমালয়ান নেশ্যাৰ’মিক্স ফ’ৰাম ২০১৮ ৰ আয়োজন কৰা হৈছে।
অধিক পঢ়ক