আশাকৰ্মীলৈ পৰৱৰ্তী ৩ মাহলৈ মাহেকত ১০০০ টকাকৈ কেন্দ্ৰ চৰকাৰৰ

Saturday, 06 June 2020

দৈনিক বাতৰি

আশাকৰ্মীলৈ পৰৱৰ্তী ৩ মাহলৈ মাহেকত ১০০০ টকাকৈ কেন্দ্ৰ চৰকাৰৰ

জিপ্লাছ | April 01, 2020 15:15 hrs

০১ এপ্ৰিল, গুৱাহাটী - পৰৱৰ্তী তিনিমাহলৈ আশাকৰ্মীসকলে প্ৰতিমাহে অতিৰিক্ত ১০০০ টকাকৈ বোনাচ হিচাপে লাভ কৰিব। কেন্দ্ৰ চৰকাৰে প্ৰদান কৰিব বোনাচৰ এই ধন।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চৰকাৰে দেশৰ দৰিদ্ৰ লোকসকলৰ লগতে নিজৰ জীৱনতো তুচ্ছ কৰি ক’ভিড-১৯ ৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখা স্বাস্থ্যকৰ্মীসকললৈও এক ব্যাপক পুঁজি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।