২৩ আগষ্টত জন্মাষ্টমী উপলক্ষে চৰকাৰী বন্ধৰ ঘোষণা ৰাজ্যপালৰ
দৈনিক বাতৰি

২৩ আগষ্টত জন্মাষ্টমী উপলক্ষে চৰকাৰী বন্ধৰ ঘোষণা ৰাজ্যপালৰ

জিপ্লাছ নিউজ ডেস্ক | August 22, 2019 18:12 hrs

 ২২ আগষ্ট, গুৱাহাটী :  শিশু কৃষ্ঞক উলহ মালহে আদৰণিৰ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে। আজি ৰাজ্য চৰকাৰে প্ৰকাশ কৰা জাননীত ৰাজ্যখনৰ ৰাজ্যপালে অহা ২৪ আগষ্টৰ সলনি ২৩ আগষ্ট, ২০১৯ ত জন্মাষ্টমী উপলক্ষে ৰাজ্যিক বন্ধৰ ঘোষণা কৰে।  

এই জাননী অনুসৰি ৰাজ্য চৰকাৰে পূৰ্বে প্ৰকাশ কৰা ২৪ আগষ্ট পৰিৱৰ্তে  ২৩ আগষ্ট তাৰিখে চৰকাৰী কাৰ্যালয়/বৰ্ড/ অনুষ্ঠান প্ৰতিষ্ঠানসমূহে হস্তাস্তৰযোগ্য দলিল আইন,১৮৮১ ৰ  ২৫ নং শাখাৰ অধীনত জন্মাষ্টমী উপলক্ষে ৰাজ্যজুৰি বন্ধ ঘোষণা কৰে। উল্লেখ্য যে ২৩ তাৰিখে মাজৰাতিপৰা প্ৰভু শ্ৰীকৃষ্ঞৰ জন্মাষ্টমী ৰাজ্যজুৰি পালন কৰা হ’ব।

২২ আগষ্ট, গুৱাহাটী :  শিশু কৃষ্ঞক উলহ মালহে আদৰণিৰ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে। আজি ৰাজ্য চৰকাৰে প্ৰকাশ কৰা জাননীত ৰাজ্যখনৰ ৰাজ্যপালে অহা ২৪ আগষ্টৰ সলনি ২৩ আগষ্ট, ২০১৯ ত জন্মাষ্টমী উপলক্ষে ৰাজ্যিক বন্ধৰ ঘোষণা কৰে।  

এই জাননী অনুসৰি ৰাজ্য চৰকাৰে পূৰ্বে প্ৰকাশ কৰা ২৪ আগষ্ট পৰিৱৰ্তে  ২৩ আগষ্ট তাৰিখে চৰকাৰী কাৰ্যালয়/বৰ্ড/ অনুষ্ঠান প্ৰতিষ্ঠানসমূহে হস্তাস্তৰযোগ্য দলিল আইন,১৮৮১ ৰ  ২৫ নং শাখাৰ অধীনত জন্মাষ্টমী উপলক্ষে ৰাজ্যজুৰি বন্ধ ঘোষণা কৰে। 

উল্লেখ্য যে ২৩ তাৰিখৰ মাজৰাতিপৰা প্ৰভু শ্ৰীকৃষ্ঞৰ জন্মাষ্টমী ৰাজ্যজুৰি পালন কৰা হ’ব।

প্ৰতিনিধিত্বমূলক ছবি

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Dr Austin

    PUBLIC NOTICE; We are in need of kidney donor urgently with the sum of 4 crore 30 lakh, contact Dr Austin on WhatsApp NO +919535604767