অসম - কাছাৰ জিলাত উদ্ধাৰ বিৰল প্ৰজাতিৰ ভেকুলী
দৈনিক বাতৰি

অসম - কাছাৰ জিলাত উদ্ধাৰ বিৰল প্ৰজাতিৰ ভেকুলী

জিপ্লাছ ব্যুৰ’ | June 12, 2019 11:29 hrs

১২ জুন, গুৱাহাটী - অসমৰ কাছাৰ জিলাত উদ্ধাৰ হৈছে এক দুস্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ ভেকুলী। দিল্লী বিশ্ববিদ্যালয় আৰু ৱাইল্ডলাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ বিজ্ঞানীৰ এটা দলে ইণ্ডোনেছিয়া আৰু আমেৰিকাৰ গৱেষকৰ সহযোগত আৱিস্কাৰ কৰিছে এই বিৰল প্ৰজাতিৰ ভেকুলী।

উত্তৰ-পূৱ ভাৰতৰ জলবায়ুৰ সৈতে অভ্যস্ত এই প্ৰজাতিটো Micryletta বুলি জনাইছে বিজ্ঞানীৰ দলটোৱে। 

এই ভেকুলীবিধ ইণ্ডোনেছিয়াৰ সুমাত্ৰা মূলৰ বুলিও জনাইছে বিজ্ঞানী দলটোৱে।

 

Banner