এইবাৰ গোলাঘাটৰ ডলি ৰয়ক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ
দৈনিক বাতৰি

এইবাৰ গোলাঘাটৰ ডলি ৰয়ক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ

জিপ্লাছ ব্যুৰ’ | June 12, 2019 15:27 hrs

১২ জুন, গুৱাহাটী - ছানা উল্লাহ আৰু মধুবালা ৰয়ৰ পিছত এইবাৰ গোলাঘাটৰ ডলী ৰয় নামৰ এগৰাকী মহিলাক এঘাৰ দিনৰ বাবে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। মহিলাগৰাকী গোলাঘাটৰ ৪নং ৱাৰ্ডৰ বাসিন্দা সঞ্জীত ৰয়ৰ পত্নী ডলী ৰয়। মহিলাগৰাকীৰ মাতৃগৃহ বৰপেটাৰ বহৰিত। যোৰহাটস্থিত বিদেশী ন্যায়াধীকৰণৰ আদালতে মহিলাগৰাকীক দোষী সাব্যস্ত কৰি মঙলবাৰে গ্ৰেপ্তাৰ কৰে।

 

উল্লেখযোগ্য যে ২০০৮ চনৰ পৰা বিদেশী ন্যায়ধীকৰণত গোচৰ চলি আছিল ডলী ৰয়ৰ বিৰুদ্ধে। আদালতে আহ্বান জনোৱা বিগত তিনিটাকৈ তাৰিখত মহিলাগৰাকী আদালতত হাজিৰ হোৱা নাছিল।

Banner

ডলি ৰয়

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Global Hospital

    Do you want to sell your kidney, Global Hospital is urgently in need for O+ve B+ve and A+ve kidney donation. If any one is willing to donate, please contact this whatsApp +918296078842. Email: globalkidneyhospital@gmail.com