তিনিচুকীয়াৰ পানীতোলা আৰক্ষী চকীৰ উপ পৰিদৰ্শক সুনীল গগৈ নিহত

Tuesday, 31 March 2020

দৈনিক বাতৰি

তিনিচুকীয়াৰ পানীতোলা আৰক্ষী চকীৰ উপ পৰিদৰ্শক সুনীল গগৈ নিহত

জিপ্লাছ ব্যুৰ’ | August 12, 2019 18:52 hrs

১২ আগষ্ট, গুৱাহাটী : তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। নপুখুৰী দুলীয়াজানত হোণ্ডাই এক্সেণ্ট গাড়ী এখনে ৰৈ থকা ট্ৰাক এখনত খুন্দিয়াই দিয়ে। দুৰ্ঘটনাত থিতাতে  পানীতোলা আৰক্ষী চকীৰ উপ পৰিদৰ্শক সুনীল গগৈ নিহত হয়।

উক্ত দুৰ্ঘটনাটোত মৃত গগৈৰ পত্নী আৰু কন্যা গুৰুতৰভাৱে আহত হয়।