তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু  
দৈনিক বাতৰি

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু  

জিপ্লাছ নিউজ ডেস্ক | August 23, 2019 11:07 hrs

২৩ আগষ্ট, গুৱাহাটী : পুনৰ দুৰ্ঘটনাত মৃত্যু বন্যজন্তু। কালি নিশা যোৰহাট-গোলাঘাট সংযোগী পথত এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত এটা নাহৰফুটুকী মৃত্যুৰ মুখত পৰে। প্ৰাপ্ত তথ্যমতে, উক্ত দুৰ্ঘটনাটো কে বি পথৰ নিকটৱৰ্তী ঢলাজান এলেকাত সংঘটিত হয়। 

ইতিমধ্যে বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ মৃত বাঘটো উদ্ধাৰ কৰে। ৰাতিপুৱাৰে পৰা মৃত বাঘটোক চাবলৈ ঘটনাস্থলীত স্থানীয় ৰাইজে ভিৰ কৰিছে। 

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Dr Austin

    PUBLIC NOTICE; We are in need of kidney donor urgently with the sum of 4 crore 30 lakh, contact Dr Austin on WhatsApp NO +919535604767