এন আৰ চিক লৈ উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি
দৈনিক বাতৰি

এন আৰ চিক লৈ উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

জি প্লাছ নিউজডেস্ক | November 01, 2018 14:59 hrs

গুৱাহাটী - এনআৰচিক লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ শুনানি।
এনআৰচিত পুনৰ আবেদনৰ বাবে ৫ নথিৰ গ্রহণযোগ্যতাক লৈ এই শুনানি। শুনানি গ্ৰহণ কৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে।

এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই দাখিল কৰা শপতনামাৰ আধাৰত ন্যায়ালয়ে গ্ৰহণ কৰিছে শুনানি। ইতিমধ্যে অসমীয়া জাতিৰ স্বাৰ্থত ৫ নথি বাতিলৰ সপক্ষে সবল যুক্তি দাঙি ধৰিছে প্ৰতীক হাজেলাই। 

অসমত এনআৰচি কেন্দ্ৰ | উৎস ডিএনএ