ভাৰতীয় অভিনেতা আচিফ বাস্ৰাৰ আত্মহত্যা

Thursday, 26 November 2020

দৈনিক বাতৰি

ভাৰতীয় অভিনেতা আচিফ বাস্ৰাৰ আত্মহত্যা - G Plus Assam

জি প্লাছ নিউজ | November 12, 2020 16:36 hrs

জনপ্ৰিয় আৰু বহুলভাৱে সমালোচকৰ দ্বাৰা প্ৰসংশিত অভিনেতা আচিফ বাস্ৰাই ধৰমশালা, হিমাচল প্ৰদেশত আত্মহত্যাৰে নিজৰ প্ৰাণ লয়।


এএনআই-ৰ প্ৰতিবেদন মৰ্মে মৰণোত্তৰ পৰীক্ষা কৰা দলটি ঘটনা স্থলীত উপস্থিত আছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


আচিফে আমেৰিকাৰ হাস্য-ব্যঙ্গাত্মক ছবি আউটচ’ৰছতো অভিনয় কৰিছিল। ইয়াৰ বাহিৰেও ছবি নিৰ্মাতা অনুৰাগ কাশ্যপৰ ব্লেক ফ্ৰাইডে’ আৰু ৰাহুল ঢোলকীয়াৰ  পাৰ্জানীয়াত অভিনয় কৰিও ভূয়শী প্ৰশংশা লাভ কৰিছিল।

Comments (2) মন্তব্য প্ৰেৰণ কৰক
  • Global Hospital

    Welcome to Global Hospital, we have patients who are here for k1dney transplant, Are you seeking for an opportunity to sell your k1dney for money, we shall offer you 3 crore for your K1dney. whatsApp +918929872012.Email: globalkidneyhospital@gmail.com

  • Asep

    https://youtu.be/-ZhBzY4gtKc