গুৱাহাটীৰ খুচুৰা বিপনীত উদ্ধাৰ ব্ৰাউন ছুগাৰ

Wednesday, 19 February 2020

দৈনিক বাতৰি

গুৱাহাটীৰ খুচুৰা বিপনীত উদ্ধাৰ ব্ৰাউন ছুগাৰ

জি প্লাছ নিউজডেস্ক | November 29, 2018 13:05 hrs

গুৱাহাটী - এক গোপন সূত্ৰৰ পম খেদি  মহানগৰ আৰক্ষীয়ে ২৮ নৱেম্বৰত বিৰুবাৰী এলেকাৰ পৰা জব্দ কৰিছে প্ৰায় ৮০০ গ্ৰাম ব্ৰাউন ছুগাৰ। বিৰুবাৰীৰ এখন ক্ষুদ্ৰ বিপনীৰ পৰা উদ্ধাৰ কৰা হৈছে এই নিষিদ্ধ ড্ৰাগছখিনি। আৰক্ষীসূত্ৰত প্ৰকাশ যে প্ৰায় শতাধিক সৰু সৰু পেকেটত বিক্ৰীৰ বাবে সাজু কৰি ৰখা হৈছিল ড্ৰাগছখিনি।

ইফালে, এই পৰ্যন্ত দোকানৰ স্বত্ত্বাধিকাৰী পলাতক অৱস্থাত আছে।

উদ্ধাৰ হোৱা ড্ৰাগছখিনি