অচিৰেই কাৰ্যক্ষম হ’ব নগাওঁ আৰু কাগজ কলঃ ৰামেশ্বৰ তেলী  

Wednesday, 20 November 2019

দৈনিক বাতৰি

অচিৰেই কাৰ্যক্ষম হ’ব নগাওঁ আৰু কাগজ কলঃ ৰামেশ্বৰ তেলী  

জিপ্লাছ নিউজ ডেস্ক | October 18, 2019 17:11 hrs

১৮ অক্টোবৰ, গুৱাহাটী : অচিৰেই কাৰ্যক্ষম হ’ব ৰাজ্যখনৰ নগাঁও আৰু কাছাৰ কাগজ কল। ৰামেশ্বৰ তেলীয়ে সংবাদমাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে  কাগজ কল দুটা কাৰ্যক্ষমৰ আবু ধাবিৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী বি আৰ ছেট্টী আগবাঢ়ি আহিছে। 

আবু ধাবি ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অসম কাগজ কল দুটাৰ বিনিয়োগৰ বাবে ব্যৱসায়ীজনক আহ্বান জনাইছিল। মন্ত্ৰীগৰাকীৰ প্ৰস্তাৱ সমৰ্থন কৰি ব্যাৱসায়ীজনে কাগজ কল দুটাত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।   

Banner