কৰোনা ভাইৰাছৰ আক্ৰান্তসকললৈ আজিম প্ৰেমজিয়ে ৫০,০০০ কোটি টকা দান

Saturday, 06 June 2020

দৈনিক বাতৰি

কৰোনা ভাইৰাছৰ আক্ৰান্তসকললৈ আজিম প্ৰেমজিয়ে ৫০,০০০ কোটি টকা দান

জিপ্লাছ নিউজ ডেস্ক | March 28, 2020 11:31 hrs

২৮ মাৰ্চ, গুৱাহাটীঃ বিশ্বজুৰি কৰোনা ভাইৰাছৰ সংহাৰ। আজিম প্ৰেমজি ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী আজিম প্ৰেমজীয়ে কৰোনা ভাইৰাছত আক্ৰান্ত সকলৰ বাবে ৫০,০০০ কোটি টকা আগবঢায়।

গুগলৰ তথ্যমতে প্ৰেমজিয়ে ৫০,০০০ ৰ পৰা ৫২,০০০ কোটি টকা পৰ্যন্ত অনুদান আগবঢ়োৱা বুলি এন ডি টি ভি ওক লেখাত প্ৰকাশ প্ৰায়।

উল্লেখ্য যে বিশ্বজুৰি কৰোনা ভাইৰাছত মৃতকৰ সংখ্যা ২৭,৩৭২ জন আৰু ৰোগীৰ সংখ্যা প্ৰায় ৬ লক্ষাধিকলৈ বৃদ্ধি হৈছে।