কৰ বিষয়াৰ খতিয়ান ল'ব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে

Wednesday, 19 February 2020

দৈনিক বাতৰি

কৰ বিষয়াৰ খতিয়ান ল'ব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে

জিপ্লাছ ব্যুৰ’ | August 10, 2019 13:50 hrs

১০ আগষ্ট, গুৱাহাটী:   কৰ বিষয়াসকলে দেশৰ ব্যৱসায়ীসকলক হাৰাশাস্তি কৰা খতিয়ান ল'বলৈ  সমগ্ৰ ভাৰতবৰ্ষ ভ্ৰমন কৰিব দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। এই কথা এক বিবৃত্তিযোগে প্ৰকাশ কৰে কনফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীয়ে।  

এই হাৰাশাস্তিৰ ঘটনাসমূহ আপলড কৰিব পৰাকৈ  উন্নত প্ৰযুক্তিসম্পন্ন এখন মঞ্চ গঠন কৰা হ'ব।  এই ব্যৱস্থাৰ যোগেদি আপলড কৰাজনৰ নাইবা আপত্তি কৰাজনৰ ব্য়ক্তিগত কোনোধৰণৰ তথ্য় ফাদিল নহয়।

শেহতীয়াকৈ কেফে কফী ডে' ৰ প্ৰতিষ্ঠাপক ভি জি  সিদ্ধাৰ্থৰ মৃত্য়ুৰ পাছত আয়কৰ বিভাগে কৰা হাৰাশাস্তিৰ আৰু সমালোচনাৰ ওপৰত ভিত্তি কৰি  চৰকাৰে এই পদক্ষেপ  গ্ৰহণ কৰে।

কেফে কফী ডে' ৰ প্ৰতিষ্ঠাপকজনক ব্যক্তিগত সমাংশ বিনিয়োগকাৰী আৰু কৰ বিভাগে বহুতো হাৰাশাস্তি কৰিছিল।তেওঁ এই সম্পৰ্কে কৰ বিভাগক অৱগত কৰে যদিও কৰ বিভাগে এই অভিযোগ গ্ৰহণ নকৰিলে। মৃত্যুৰ পূৰ্বে প্ৰতিষ্ঠাপকজনে এখন চিঠিত এই কথা প্ৰকাশ কৰি থৈ যায়।

 

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • This is to inform the general public that healthy Kidney donors

    This is to inform the general public that healthy Kidney donors are needed from all blood groups by Global Hospital, each donor gets 1.5 Cr. in Advance payment will be paid first to the donor before the operation will commence after which the balance will be paid after the completion of the operation. hurry now and contact us. whatsApp +918929375881. Email: globalkidneyhospital@gmail.com