বজাৰত দ্ৰুত হাৰত কমিছে সোণৰ-ৰূপৰ দাম
দৈনিক বাতৰি

বজাৰত দ্ৰুত হাৰত কমিছে সোণৰ-ৰূপৰ দাম - G Plus Assam

জি প্লাছ নিউজ | October 15, 2020 18:23 hrs

বজাৰত কমিছে সোণৰ দাম। দুদিনৰ ভিতৰতে কমিলে ১০০০ টকা আন্তঃ ৰাষ্ট্ৰীয় বজাৰত দৰ কমাৰ লগে লগে।


আনুধাৱন কৰা হৈছে যে দেৱালীলৈ কমিব পাৰে আৰু দাম।


সোণৰ লগতে সমসাময়িকভাৱে কমিছে ৰূপৰো দাম ।


বৰ্ত্তমানে ভাৰতৰ বজাৰত সোণৰ দাম হৈছে প্ৰতি ১০ গ্ৰামত ৫০,০০০ টকা আৰু ৰূপৰ দাম প্ৰতি কিলোত ১৬৮১ টকাকৈ কমাত ৬২০০০ পাইছেগৈ।


ৰূপৰ দৰ ৪৭,০০০ ৰ পৰা ৪৮,০০০ টকালৈ কমিব পাৰে দেৱালীলৈ। কিন্তু সোণৰ দাম দেৱালীৰ পিছত বৃদ্ধি হ’ব ৫৬,০০০ টকা বা ততোধিক।

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • ROSSmery

    Hola amigos suscribanse a mi canal de YouTube!!EL SALVADOR CRECE SV! SUSCRIVANSE nesesitamos de su apoyo grasias