গুৱাহাটীঃ বেলতলাত সন্দহজনকভাৱে হত্যা বয়সস্থাক - G Plus
দৈনিক বাতৰি

গুৱাহাটীঃ বেলতলাত সন্দহজনকভাৱে হত্যা বয়সস্থাক - G Plus Assam

জি প্লাছ নিউজ | November 11, 2020 11:28 hrs

গুৱাহাটীঃ ৰীণা বৰা নামৰ এগৰাকী ৬২ বছৰীয়া মহিলাক তেওঁৰ নিজৰ বাসস্থানত সন্দেহজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। মহিলাগৰাকী ঘৰৰ প্ৰথম মহলাত থাকে আৰু তেওঁৰ পুত্ৰ-বোৱাৰী তলৰ মহলাত।


শনিবাৰে তেওঁক শিৱ পথৰ বাসস্থানৰ গা-ধোৱা ঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা এটা আঘাত চিহ্নৰ সৈতে।


জি প্লাছে বশিষ্ট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাৰ্থ গগৈক সম্পৰ্ক কৰোতে তেওঁ প্ৰকাশ কৰে যে,“আমি এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছো।”


মৰণোত্তৰ পৰীক্ষাৰ প্ৰতবেদন এতিয়াও অহা নাই আৰু সবিশেষ অনাগত দিনত জানিব পৰা যাব বুলিও জনায়।