আজি উদ্বোধন কৰা হ’ল গণেশগুৰি উৰণীয়া সেঁতু সম্প্ৰসাৰিত অংশ

Wednesday, 02 December 2020

দৈনিক বাতৰি

আজি উদ্বোধন কৰা হ’ল গণেশগুৰি উৰণীয়া সেঁতুৰ সম্প্ৰসাৰিত অংশ - G Plus Assam

জি প্লাছ নিউজ | October 22, 2020 11:40 hrs


আজি উদ্বোধন কৰা হ’ল গণেশগুৰি উৰণীয়া সেঁতু সম্প্ৰসাৰিত অংশ

‘ষষ্ঠী পূজা'ৰ উপলক্ষে আজি ২২ অক্টোবৰত বহু প্ৰত্যাশীত গুৱাহাটী গণেশগুৰি উৰণীয়া সেঁতু সম্প্ৰসাৰিত অংশটো উদ্বোধন কৰা হৈছে।


উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন বিভাগ (GDD) মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য উপস্থিত থকা বিষয়া সকলৰ ভিতৰত অন্যতম।


অংশটোৱে আৰ. জি. বৰুৱা পথক অ’ল্ড গণেশগুৰি উৰণীয়া সেঁতু্ৰ লগত সংযোগ কৰিছে, যাক যান-জঁটৰ সমস্যা সমাধানৰ লক্ষ্যৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা হৈছে। ইয়াৰ আধাৰশীলা ৬ মাৰ্চ, ২০১৯ ত স্তাপন কৰা হৈছিল আৰু নিৰ্ধাৰিত সময় ৬ মাৰ্চ ২০২১ ৰ আগতে নিৰ্মাণ কৰি উলিয়াই।


নিৰ্মিত অংশটোৰ মুঠ দৈৰ্ঘ্য ৪২৫.৫ মিটাৰ আৰু বহলে ২৭ মিটাৰ। মুঠ ব্যয় ৫৮.৭৪ কোটি টকা।