দৈনিক বাতৰি
পথ দুৰ্ঘটনাত মৃত্যু গুৱাহাটীৰ আৰক্ষীৰ - G Plus Assam
গুৱাহাটীৰ এজন আৰক্ষী কনিষ্টবলে প্ৰাণ হেৰুৱাই পথ দুৰ্ঘটনাত জানুৱাৰি ৮, শুক্ৰবাৰে।
এখন দ্ৰুতবেগী জীপ গাড়ীয়ে কমিছনাৰৰ কাৰ্যালয়ৰ পৰা দিশপুৰ আৰক্ষী থানালৈ আহি থকা আৰক্ষী গৰাকীক খুন্দিয়াই।
এই ঘটনা জনতা ভৱন, গুৱাহাটীৰ সমীপত হয়। এই কথা জি প্লাছ্ক সদৰি কৰে দিশপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল দাসে।
মৃত আৰক্ষী কনিষ্ঠবলজনক ৰাজীৱ সিংহা বুলি চিনাক্ত কৰা হৈছে। ৰেহাবাৰীৰ এজন বাসিন্দাক সোধ-পোছৰ বাবে ইতিমধ্যে আটক কৰা হৈছে।
Comments (0)
মন্তব্য প্ৰেৰণ কৰক