উত্তৰ-পূবত পৰৱৰ্তী ৫ দিনলৈ প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা
দৈনিক বাতৰি

উত্তৰ-পূবত পৰৱৰ্তী ৫ দিনলৈ প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

জিপ্লাছ নিউজ ডেস্ক | June 27, 2020 10:03 hrs

২৭ জুন, গুৱাহাটী: উত্তৰ -পূবত পৰৱৰ্তী ৫ দিনলৈ প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞানৰ। বিগত কেবাদিনৰ পৰা অসম আৰু মেঘালয়ত প্ৰবল বৃষ্টিপাত হৈ থকাৰ ফলত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠই বিপদ সীমা অতিক্ৰম কৰিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ  এক প্ৰেছ বিবৃত্তি অনুসৰি অসম আৰু মেঘালয়ত ৩ জুলাইলৈ ধাৰাসাৰ বৰষুণ পৰাৰ সম্ভাৱনা আছে। 

উল্লেখ্য যে ৰাজ্যত হৈ থকা শেহতীয়া ধাৰাষাৰ বৰষুণৰ পত কালি গুৱাহাটীৰ কাহিলীপাৰা আৰু উত্তৰ গুৱাহাটী অঞ্চলত ভয়াবহ ভূমিস্খলন হয়। আনকি অসমৰ কেবাখনো জিলা বানপানীত বুৰ গৈছে।  

Comments (2) মন্তব্য প্ৰেৰণ কৰক
  • Jackson James

    Hi how are You Doing at the moment??

  • Jackson James

    Hi how are you doing At The momentwhen