মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ দিন বৃদ্ধি

Saturday, 07 December 2019

দৈনিক বাতৰি

মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ দিন বৃদ্ধি

জিপ্লাছ নিউজ ডেস্ক | November 11, 2019 17:38 hrs

১১ নৱেম্বৰ, গুৱাহাটী : ২০১৯-২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন বৃদ্ধি। পূৰ্বতে ছেৱাই নিৰ্ধাৰণ কৰা অনুসৰি  ১৪ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰৰ ভিতৰত প্ৰ-পত্ৰ পূৰণৰ দিন ধাৰ্য্য কৰা হৈছিল। 

আনহাতে ৯ নৱেম্বৰৰ পৰিৱৰ্তে ১৩ নৱেম্বৰলৈ এই সময়সীমা বৃদ্ধি কৰা হৈছে। ছেৱা কৰ্তৃপক্ষই জনোৱামতে শিক্ষাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধি কৰা হৈছে।