ভাৰতীয় মিলিটাৰী একাডেমীৰ পৰা একেটা শ্ৰেণীতে স্নাতক হ’ল দুই যমজ ভাতৃ

Thursday, 24 September 2020

দৈনিক বাতৰি

ভাৰতীয় মিলিটাৰী একাডেমীৰ পৰা একেটা শ্ৰেণীতে স্নাতক হ’ল দুই যমজ ভাতৃ

জিপ্লাছ ব্যুৰ’ | June 11, 2019 12:09 hrs

১১ জুন, গুৱাহাটী - দেখিবলৈ সাইলাখ একেই দুই ভাতৃ। ইতিহাস সৃষ্টিৰে ভাৰতীয় মিলিটাৰী একাডেমীৰ পৰা দুই ভাতৃয়ে একেটা বৰ্ষতে, একেটা শ্ৰেণীৰ পৰা স্নাতক হ’ল। এই ভাতৃ ক্ৰমে অভিনৱ পাঠক আৰু পৰিনাভ পাঠক।

তথ্য অনুসৰি, মাত্ৰ ২ মিনিটৰ ব্যৱধানত এই দুই ভাতৃ।

অভিনৱ পাঠক আৰু পৰিনাভ পাঠক