ভাৰতক তৎকালীনভাৱে প্ৰয়োজন বিনিয়োগৰ। - মুখ্য় অৰ্থনীতিবিদ, আইএমএফ

Wednesday, 01 April 2020

দৈনিক বাতৰি

ভাৰতক তৎকালীনভাৱে প্ৰয়োজন বিনিয়োগৰ। - মুখ্য় অৰ্থনীতিবিদ, আইএমএফ

জি প্লাছ | January 21, 2020 12:23 hrs

গুৱাহাটী - আন্তঃৰাষ্ট্ৰীয় মূদ্ৰা নিধি চমুকৈ আই এম এফৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপানীথে অলপতে মন্তব্য কৰিছে যে ভাৰতক সম্প্ৰতি যথেষ্ট পৰিমাণৰ বিনিয়োগৰ প্ৰয়োজন হৈছে। বিশ্বৰ শীৰ্ষ বিত্তীয় প্ৰতিষ্ঠানটোৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াই এনেদৰে কৰা মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

গোপীনাথে কয়, “ভাৰতক এতিয়া বিপুল পৰিমাণৰ বিনিয়োগৰ প্ৰয়োজন। আমি ভাৰতৰ ঘৰুৱা বিনিয়োগ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা আছে। গতিকে মই ভাবো যে ব্যাপক বিনিয়োগৰ বাবে এক সুন্দৰ পৰিৱেশৰো সৃষ্টি কৰিব লাগিব।"

ইফালে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে অলপতে হৈ যোৱা বেজো সন্মিলনে বিনিয়োগৰ ক্ষেত্ৰত বিশেষ একো সহায় নকৰিলে।

গীতা গোপানীথ, মূৰব্বী, আই এম এফ