India now Second Largest Producer of PPE Body Coveralls | Assamese News
দৈনিক বাতৰি

বিশ্বৰ ভিতৰত দ্বিতীয় বৃহৎ পিপিই ব’ডি কভাৰঅল উৎপাদনকাৰীত পৰিণত ভাৰত

জিপ্লাছ | May 22, 2020 12:28 hrs

২২ মে’, গুৱাহাটী - বিশ্বৰ ভিতৰত দ্বিতীয় বৃহৎ পিপিই উৎপাদনকাৰীত পৰিণত হৈছে ভাৰত। চীনৰ পিছতেই ভাৰতে উৎপাদন কৰে বৃহৎ পৰিমাণৰ পিপিই।

মাত্ৰ দুটা মাহৰ ভিতৰতে ক্ষীপ্ৰতাৰে উৎপাদন বৃদ্ধি কৰি ভাৰতে ব্যাপক উত্তৰণ লাভ কৰিছে পিপিই নিৰ্মাণৰ ক্ষেত্ৰত।

উল্লেখ্য যে বিশ্বৰ ভিতৰত সৰ্বাধিক পিপিই উৎপাদন হয় চীনত। এই পিপিইয়ে ন’ভেল ক’ৰোনা ভাইৰাছত আক্ৰান্ত লো