ছয়মাইলত বিদ্যুৎস্পৃষ্ট হৈ এজন ব্যক্তি আহত

Friday, 28 February 2020

দৈনিক বাতৰি

ছয়মাইলত বিদ্যুৎস্পৃষ্ট হৈ এজন ব্যক্তি আহত

জিপ্লাছ নিউজ ডেস্ক | September 11, 2019 15:02 hrs

১১ ছেপ্তেম্বৰ, গুৱাহাটী : ছয়মাইলত বিদ্যুতৰ তাঁৰত লাগি এজন ব্যক্তি আঘাতপ্ৰাপ্ত হয়। ছয়মাইল উৰণীয়া সেতুৰ সমীপত ৰূপহী নামৰ  বিল্ডিংটোৰ নিৰ্মানৰ কামত নিয়োজিত আছিল শ্ৰমিক জন। 

বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকজনৰ দেহৰ ৮0 শতাংশ অংশ জ্বলি যায়। ততাতৈয়াকৈ দুৰ্ঘটনাটোত আহত হোৱা শ্ৰমিকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 

ইয়াৰ পূৰ্বেও ২৬ জুনত বিশ্বনাথ চাৰিআলিত এজন লোক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ মুখত পৰিছিল। 
 

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Global Hospital

    Are you financial difficult? Do you find a way to increase your financial status? Here is opportunity for you to sell one of your kidney for 3 crore and be financial free, for details. whatsApp +918929375881. Email: globalkidneyhospital@gmail.com