বহু মুছলমান ল’ৰায়ে ফেচবুকত একাউণ্ট খোলে হিন্দু ছোৱালীক বিয়া কৰাবলৈ, হিমন্ত বিশ্ব শৰ্মা
দৈনিক বাতৰি

বহু মুছলমান ল’ৰায়ে ফেচবুকত একাউণ্ট খোলে হিন্দু ছোৱালীক বিয়া কৰাবলৈ, হিমন্ত বিশ্ব শৰ্মা - G Plus Assam

জি প্লাছ নিউজ | October 15, 2020 14:03 hrs

গুৱাহাটীঃ অসম ৰাজ্যিক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে সংবাদ মাধ্যমক সম্বোধন কৰি ভাষণ দি থাকোতে, মুছলমান ল'ৰায়ে  হিন্দু ছোৱালীৰ লগত বিবাহ পাশত আৱদ্ধ হ’লে "বিশ্বাস ভঙ্গ" কৰে বুলি উল্লেখ কৰে।


"বহু মুছলমান ল'ৰায়ে হিন্দু নামৰ সৈতে ফেচবুক একাউণ্ট খোলে কৰে আৰু মন্দিৰত নিজৰ ছবি পোষ্ট কৰে। যেতিয়া এবাৰ ছোৱালী এজনীয়ে এনে এজন ল’ৰাৰ সৈতে বিবাহ কৰে, তাই আৱিষ্কাৰ কৰে যে তেওঁ একে ধৰ্মৰ নহয়। এয়া প্ৰকৃত বিবাহ নহয় বিশ্বাস ভঙ্গহে,” শৰ্মাই কয়।


তেওঁ আৰু প্ৰকাশ কৰে যে অসম চৰকাৰে এই বিষয়ত কঠোৰ হোৱাৰ সিদ্ধান্ত লৈছে। “পৰৱৰ্তী ৫ বছৰত আমি চাবলৈ চেষ্টা কৰিম যে সকলো বিবাহ নিজৰ মতত হয় আৰু কোনো প্ৰতাৰনা নাই। আমি এনে যিকোনো বিবাহৰ বিৰুদ্ধে যুঁজ কৰিম যি জালিয়াতিৰ আধাৰত সম্পন্ন হৈছে।”

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Bruhhindu

    Are Hindu women so horny that they'll let themselves swooped by Facebook accounts that contact them? That's a problem