বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত মেৰী কম
দৈনিক বাতৰি

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত মেৰী কম

জিপ্লাছ নিউজ ডেস্ক | October 10, 2019 11:16 hrs

১০ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাছিয়াত অনুষ্ঠিত  বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় মহিলা বক্সাৰ মেৰি কমে। বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ  ৫১ কেজি শাখাত ৫-০ ব্যৱধানত কলোম্বীয়াৰ ইনগ্ৰিট ভালেনচিয়াক পৰাস্ত কৰি স্থান দখল কৰিবলৈ সক্ষম হয় বক্সাৰ গৰাকীয়ে।

৩৬ বছৰীয়া খেলুৱৈ গৰাকীয়ে শেষবাৰ ২০১৮ বৰ্ষত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল। 

 

Banner