ফাঁচী বজাৰত ভয়াবহ অগ্নিকাণ্ড

Saturday, 07 December 2019

দৈনিক বাতৰি

ফাঁচী বজাৰত ভয়াবহ অগ্নিকাণ্ড

জিপ্লাছ নিউজডেস্ক | December 25, 2018 07:09 hrs

গুৱাহাটী - ফাঁচীবজাৰত ৰাতিপুৱাই ভয়াবহ অগ্নিকাণ্ড। আজি পুৱা ফাঁচীবজাৰৰ এইচ বি ৰোডৰ এখ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড। 

অৱশ্যে ততালিকে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও কেবাটাও গুডাম আৰু বাসগৃহ জুইত জাহ যায়।

এইপৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও অগ্নিকাণ্ডটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

সবিশেষ তথ্য পৰৱৰ্তী প্ৰতিবেদনত - 

ভিডিঅ’ চাওঁক :

ঘটনাৰ ছবি