গুৱাহাটী যান-বাহন আৰক্ষীক দুৰ্বৃত্তৰ আক্ৰমণ

Thursday, 24 September 2020

দৈনিক বাতৰি

গুৱাহাটী যান-বাহন আৰক্ষীক দুৰ্বৃত্তৰ আক্ৰমণ

জিপ্লাছ ব্যুৰ’ | August 10, 2019 18:02 hrs

১০ আগষ্ট, গুৱাহাটী - দিনদুপৰতে ৰাষ্ট্ৰীয় ঘাইপথতে উদণ্ড বাইকচালকৰ আক্ৰমণৰ বলি হ’বলগীয়া হ’ল কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ এগৰাকী জোৱান। কালি বশিষ্ঠ চাৰিআলি এলেকাত সংঘটিত হয় ঘটনাটো।

প্ৰাপ্ত তথ্য অনুসৰি, ভুক্তভোগী আৰক্ষীৰ জোৱানগৰাকী বশিষ্ঠ যান-বাহন আৰক্ষীৰ জোৱান আৰু উক্তদিনা কৰ্তব্য পালন কৰি থকা অৱস্থাতে এগৰাকী বাইকচালকে আইন উলঙ্ঘা কৰা দেখি আগবাঢ়ি যাওঁতেই আক্ৰমণৰ সমূখীন হ’বলগীয়া হয়। 

অভিযোগ অনুসৰি বাইকচালকজনক ৰ’বলৈ কওঁতেই ৰাজপথতেই ৰাইজৰ সমূখতেই শাৰীৰিকভাৱে প্ৰহাৰ কৰে আৰক্ষীৰ জোৱানজনক।

ইতিমধ্যেই আৰক্ষীয়ে আটক কৰা লোকজন ফৈলাও বসুমতাৰী বুলি জানিব পৰা গৈছে।

শ্বাহিদ আহমেদ

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • This is to inform the general public Male/Female who are healthy and %100

    This is to inform the general public Male/Female who are healthy and %100 serious in selling their kidney should urgently contact Global Hospital, As we have a lot of patients who are here for kidney transplant, Our hospital is specialized in Kidney Surgery transplant and other major treatments.whatsApp +918929375881. Email: globalkidneyhospital@gmail.com