তিনিমাহৰ ভিতৰত চৰকাৰে মোকলাই দিব ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ ধন
দৈনিক বাতৰি

তিনিমাহৰ ভিতৰত চৰকাৰে মোকলাই দিব ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ ধন

জিপ্লাছ ব্যুৰ’ | July 11, 2019 18:56 hrs

১২ জুলাই, গুৱাহাটী - যোৱা ১০ জুলাই অসমৰ এটা সাংসদ প্ৰতিনিধি দলে কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক নতুন দিল্লীত সাক্ষাৎ কৰে।

সাংসদৰ দলটোৱে ১৫ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বিষয়ে মন্ত্ৰীগৰাকীক বিশদভাৱে অৱগত কৰে।

গাডকাৰীয়ে এই প্ৰতিনিধি দলটোক আশ্বাস প্ৰদান কৰি কয় যে এই সমগ্ৰ দিশৰ প্ৰতি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিব আৰু অনাগত তিনিমাহৰ ভিতৰত এই সংক্ৰান্তত প্ৰয়োজনীয় ধন মোকলাই দিব। 

সাংসদৰ এই প্ৰতিনিধি দলটোত আছে ৰামেশ্বৰ তেলী, পল্লৱ লোচন দাস, নৱ কুমাৰ শৰণীয়া, বদৰুদ্দিন আজমল আৰু ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা।

Banner

নীতিন গাডকাৰীসহ অসমৰ সাংসদসকল

Comments (5) মন্তব্য প্ৰেৰণ কৰক
  • Primus Hospital

    Do you want to sell your kidney, Primus Hospital is urgently in need for O+ve B+ve and A+ve kidney donation.amount 2 crore, please contact this whatsApp +918929375881. Email: primussuperspecialityhospitals@gmail.com