প্ৰধানমন্ত্ৰী মোডীৰ দৰে সহনশীল প্ৰধানমন্ত্ৰী ইতিহাসতেই বিৰল। - হিমন্ত বিশ্ব শৰ্মা
দৈনিক বাতৰি

প্ৰধানমন্ত্ৰী মোডীৰ দৰে সহনশীল প্ৰধানমন্ত্ৰী ইতিহাসতেই বিৰল। - হিমন্ত বিশ্ব শৰ্মা

জিপ্লাছ নিউজ ডেস্ক | December 02, 2019 18:27 hrs

২ ডিচেম্বৰ, গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যৰ বিত্ত মন্ত্ৰী মিহন্ত বিশ্ব শৰ্মা। মন্ত্ৰী গৰাকীয়ে দেওবাৰে বাজাজ গ্ৰুপৰ অধ্যক্ষ ৰাহুল বাজাজে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি এক মন্তব্য প্ৰকাশ কৰাত কয় যে প্ৰধানমন্ত্ৰী মোডীৰ দৰে সহনশীল প্ৰধানমন্ত্ৰী ইতিহাসতেই বিৰল।  

বাজাজে নৱেম্বৰ ৩০ ত মুম্বাইত অনুষ্ঠিত  এক অনুষ্ঠানত বিজেপিক প্ৰশংসা কৰি কয় - “ আপোনাৰ চৰকাৰে ভাল কাম কৰিছে ইয়াৰ বাহিৰেও আপুনি যিদৰে সমালোচনাবোৰক প্ৰশংসা কৰে তেনে সাহস আমাৰ নাই।”