কৰোনাত আক্ৰান্ত ব্ৰিটেইনৰ যুৱৰাজ প্ৰিন্স চাৰ্লছ 

Wednesday, 01 April 2020

দৈনিক বাতৰি

কৰোনাত আক্ৰান্ত ব্ৰিটেইনৰ যুৱৰাজ প্ৰিন্স চাৰ্লছ 

জিপ্লাছ নিউজ ডেস্ক | March 25, 2020 16:41 hrs

২৫ মাৰ্চ, গুৱাহাটীঃ বিশ্বজুৰি কৰোনাৰ আতংক।এইবাৰ কৰোনাৰ বলি হ'ল ব্ৰিটেইনৰ যুৱৰাজ প্ৰিন্স চাৰ্লছ। 

৭১ বছৰীয়া যুৱৰাজগৰাকীৰ শৰীৰত কৰোনাৰ লক্ষণে দেখা দিয়াৰ পাছতই তেজৰ নমুনা পৰীক্ষা কৰাৰ পাছত সোমবাৰে যুৱৰাজৰ শৰীৰত ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

আনাহতে তেওঁৰ সহধৰ্মিনী কেমিলা(৭২)ৰো তেজৰ নমুনা পৰীক্ষা কৰা হয় যদিও তেওঁৰ ফলাফল নিগেটিভ আহে।

সম্প্ৰতি দুয়োগৰাকীয়ে নিজকে নিজ গৃহত আৱদ্ধ কৰি ৰাখে।