কামাখ্যাত ২ কেজি সোণ সহ সৰবৰাহকাৰী আটক
দৈনিক বাতৰি

কামাখ্যাত ২ কেজি সোণ সহ সৰবৰাহকাৰী আটক

জিপ্লাছ নিউজ ডেস্ক | November 07, 2019 10:46 hrs

৭ নৱেম্বৰ, গুৱাহাটী : কামাখ্যা ৰে’লৱে ষ্টেচনত নকল সোণসহ দুজন সৰবৰাহকাৰী আটক। কালি মহানগৰীস্থিত কামাখ্যা ৰে’লৱে ষ্টেচনৰ ৪ নং প্লেটফৰ্মত  ৰে’লৱে আৰক্ষীয়ে ২ কেজি ওজনৰ নকল সোণসহ দুজন সোণ সৰবৰাহকাৰীক আটক কৰে। 

আটকাধীন সৰবৰাহকাৰী দুজন ক্ৰমে সুৰিন্দৰ সিং আৰু সুৰয মল। সম্প্ৰতি আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক সোধ পোছ অব্যাহত ৰাখিছে। 
 

Banner