পাঠ্যক্ৰমৰ পৰা বহিস্কাৰ গণতন্ত্ৰ তথা বৈচিত্ৰ, ধৰ্ম আৰু বৰ্ণ, জনপ্ৰিয় সংগ্ৰাম তথা আন্দোলন আৰু গণতন্ত্ৰৰ প্ৰত্যাহ্বান শীৰ্ষক বিষয়
দৈনিক বাতৰি

পাঠ্যক্ৰমৰ পৰা বহিস্কাৰ গণতন্ত্ৰ তথা বৈচিত্ৰ, ধৰ্ম আৰু বৰ্ণ, জনপ্ৰিয় সংগ্ৰাম তথা আন্দোলন আৰু গণতন্ত্ৰৰ প্ৰত্যাহ্বান শীৰ্ষক বিষয়

জিপ্লাছ নিউজ ডেস্ক | July 08, 2020 13:36 hrs

৮ জুলাই, গুৱাহাটী: চিবিএছই ব’ৰ্ডৰ  অধীনত ২০২০-২১ শিক্ষা বৰ্ষৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম সংশোধন। ব’ৰ্ডৰ সিদ্ধান্ত অনুসৰি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ  পাঠ্যক্ৰমৰ পৰাভালেকেইটা বিষয়  বহিস্কাৰ কৰাৰ লগতে সমাজ বিজ্ঞানৰ গণতন্ত্ৰ তথা বৈচিত্ৰ, ধৰ্ম আৰু বৰ্ণ, জনপ্ৰিয় সংগ্ৰাম তথা আন্দোলন আৰু গণতন্ত্ৰৰ প্ৰত্যাহ্বান শীৰ্ষক বিষয় উঠাই দিয়ে। 

৭ জুলাইত শিক্ষাৰ মানদণ্ড তথা শৈক্ষিক স্তৰৰ বিকাশ তথা বিবেচনাৰ বাবে আৰু পাঠ্যক্ৰমক যুক্তিসংগত কৰি তুলিবলৈ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড (চিবিএছই)ৰ নিৰ্দেশক জোছেফ ইমেনুৱেল নতুন পাঠ্যক্ৰমৰ জাননী জাৰি কৰে।