লীলাৱতী হাস্পতালত ভৰ্তি অসুস্থ সঞ্জয় ৰাৱট
দৈনিক বাতৰি

লীলাৱতী হাস্পতালত ভৰ্তি অসুস্থ সঞ্জয় ৰাৱট

জিপ্লাছ নিউজ ডেস্ক | November 11, 2019 18:09 hrs

 ১১ নৱেম্বৰ, গুৱাহাটী : অসুস্থ শিৱসেনাৰ নেতা সঞ্জয় ৰাৱট। আজি দুপৰীয়াৰ ভাগত বুকুৰ বিষৰ বাবে অসুস্থ হোৱাৰ বাবে  মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰায়। 

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতক লৈ বিগত কিছুদিন ধৰি সৰৱ হৈ আছিল সঞ্জয় ৰাৱট। তাৰ পাছতে পৰিয়ালৰ লোকে তেওঁক ভৰ্তি কৰে চিকিৎসালয়ত।