দৈনিক বাতৰি
গুৱাহাটীত অগ্নিকাণ্ডঃ দাহ গ’ল ৭ টাকৈ ঘৰ - G Plus Assam
গুৱাহাটীঃ ১৬ নৱেম্বৰ সোমবাৰে সন্ধিয়া গুৱাহাটী বজাৰৰ হেঙ্গেৰাবাৰী অঞ্চলত সংঘটিত হয় এক প্ৰচণ্ড অগ্নিকাণ্ড।
এই ঘটনা লিচুবাগান অঞ্চলত সংঘটিত হয় আৰু বাঁহেৰে নিৰ্মিত সাতটা ঘৰ দাহ যায়।
অগ্নি আৰু জৰুৰীকালীন সেৱাৰ উপ-পৰিচালক জয়শ্ৰী খেৰ্চায়ে জি প্লাছক এই খবৰ নিশ্চিত কৰে।
এই অগ্নিকাণ্ডৰ কাৰণ গেছ চিলিণ্ডাৰ নিৰ্গত হোৱাৰ বাবে সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।
বৰ্ত্তমানৰ লৈকে কোনো লোক আহত হোৱাৰ খবৰ জানিব পৰা হোৱা নাই।
Comments (0)
মন্তব্য প্ৰেৰণ কৰক