৭৫,০০০ টকা প্ৰতি কেজিত বিক্ৰী কৰা হয় অসমৰ বিশেষ শ্ৰেণীৰ চাহ
দৈনিক বাতৰি

৭৫,০০০ টকা প্ৰতি কেজিত বিক্ৰী কৰা হয় অসমৰ বিশেষ শ্ৰেণীৰ চাহ - G Plus Assam

জি প্লাছ নিউজ | October 29, 2020 14:08 hrs


ডিব্রুগড়ৰ মনোহৰী টি ইষ্টেটৰ পৰা এক বিশেষ চাহ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কেজি ৭৫,০০০ টকাকৈ বিক্ৰী হয়। 


এই ক’ৰ’ণা মহামাৰী আৰু ল'কডাউন অসম চাহ উদ্যোগৰ বাবে এক অভিশাপ হৈ আহিছিল। চাহৰ দাম যথেষ্ট বৃদ্ধিও পাইছে।


বিভিন্ন কাৰণত হোৱা দাৰ্জিলিঙ চাহ বজাৰৰ অধঃপতনে অসমৰ চাহ উদ্যোগক সকাৰাত্মকভাৱে প্ৰভাৱিত কৰে।


মুঠ ১.২০০ কেজি চাহ বিক্ৰী কৰিছিল নিয়ক কণ্টেম্প্ৰৰী ব্ৰোকাৰছ প্ৰাইভেট লিমিটেড নামক কোম্পানীটোৱে প্ৰতি কেজি ৭৫,০০০ টকাত। আগৰ বছৰ, একেটা কোম্পানীয়েই ৫০,০০০ টকাত নিলাম কৰিছিল তেওঁলোকৰ উৎপাদিত চাহপাত।