The Quotable Quotes of PM Modi From His Address at the 125th CII Annual Session | Assamese News
দৈনিক বাতৰি

চিআইআইৰ ১২৫ তম বাৰ্ষিক অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে ক’লে সেইবোৰ কথা

জিপ্লাছ | June 02, 2020 13:29 hrs

০২ জুন, গুৱাহাটী -  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কনফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ ১২৫ তম বাৰ্ষিক অধিবেশন সম্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ ভাষণত এনে গুৰুত্বপূৰ্ণ কি কি কথা আছিল - 

"এহাতে আমি জীৱন ৰক্ষাও কৰিব লাগিব, আনহাতে আমি অৰ্থনীতিৰ বিকাশক গতিও প্ৰদান কৰিব লাগিব।"

"সংকট ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্যক মই বিশ্বাস কৰো। ভাৰতৰ উদ্বাৱনীয়তা, বিচক্ষণতা, ভাৰতৰ কৃষক সমাজ আৰু উদ্যোগীসকলৰ সামৰ্থ্যকো মই বিশ্বাস কৰো।”

"আমি #Lockdown ৰ পৰা #Unlock1 লৈ গতি কৰিছো। গতিকে দেশলৈ বিকাশ কঢ়িয়াই অনাৰ পথটো ইতিমধ্যেই আৰম্ভ হৈছে।"

"এক বিকাশশীল ভৱিষ্যতৰ বাবে সাজু হৈছে ভাৰত।"