বলীউডৰ কিংবদন্তি কমেডিয়ান জগদ্বীপৰ দেহাৱসান 
দৈনিক বাতৰি

বলীউডৰ কিংবদন্তি কমেডিয়ান জগদ্বীপৰ দেহাৱসান 

জিপ্লাছ নিউজ ডেস্ক | July 09, 2020 10:08 hrs

৮ জুলাই, গুৱাহাটী: বলীউডৰ কিংবদন্তি কমেডিয়ান জগদ্বীপৰ দেহাৱসান। বাৰ্দ্ধক্যজনিত ৰোগত ৮১ বছৰ বয়সত মুম্বাইত মৃত্যু হয় অভিনেতাগৰাকীৰ। 

ৰমেশ ছিপ্পিৰ সুৰমা ভোপালী চৰিত্ৰটোৰ বাবে অভিনেতাগৰাকী অনুৰাগীসকলৰ মাজত এতিয়াও সজীৱ হৈ আছিল। প্ৰয়াত অভিনেতাগৰাকীয়ে শিশুকালৰ পৰাই অভিনয়ৰ লগত জড়িত আছিল। 

জগদ্বীপৰ মৃত্যুত বলীউড ছবি জগতত শোকৰ ছাঁ পৰিছে।  

Comments (2) মন্তব্য প্ৰেৰণ কৰক
  • Partogi Sitindjak

    https://youtu.be/NdMHF9QTJUk

  • Partogi Sitindjak

    https://youtu.be/NdMHF9QTJUk