মোৰ অৱসৰৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিমঃ সমুজ্জ্বল ভট্ৰাচাৰ্য্য - G Plus Assam
গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্ৰাচাৰ্যয়ে কয় যে আছুৰ হাজাৰ হাজাৰ কৰ্মকৰ্তাৰ তেওঁৰ পদৰ পৰা অব্যাহতি নোলোৱাৰ অনুৰোধৰ মৰ্যদা ৰাখি, অৱসৰকলৈ তেওঁৰ সিদ্ধান্ত পুণৰ বিবেচনা কৰিব।
“ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ মাজত থকা অৰ্থনৈতিক অসামঞ্জস্যতা বাবে বহু লোক কষ্টৰ সন্মুখীন হয়। মোৰ লক্ষ্য কামৰূপৰ পৰা কাছাৰলৈ এই সকলো সমস্যা সমাধান কৰা।” ভট্ৰাচাৰ্যই দুলীয়াজানৰ অধিৱেশনৰ প্ৰতিনিধি সভাত এই কথা সদৰি কৰে।
বিভিন্ন দিশৰ ওপৰত হোৱা আলোচনাত ভট্ৰাচাৰ্যক এক নতুন সলনি হোৱা সুৰত কোৱা শুনা গ’ল যে তেওঁ জীৱনৰ শেষ উশাহ পৰ্যন্ত অসমবাসীৰ বাবে কাম কৰি যাব আৰু আছুক ৰাজনীতিৰ মেঁৰপাকৰ পৰা আঁতৰত ৰাখিব।
“মই অৰাজনৈতিক হৈয়ে থাকিম।” তেওঁ কয়।
Hrishikesh Bora
Goodbye Mr Bhattarcharya never to return
columbiaasiahospital
Donate your kidney for money urgently today, We are ready to pay 7 Crore for one kidney because we need kidney to save life urgently, Contact us if you are interested, Email Reply Below Whatsapp number plus +919773739317 Columbia Asia Hospital columbiaasiahospital@cosmo.com