Wine Shops to Open in Guwahati from Monday | Assamese News
দৈনিক বাতৰি

মহানগৰীত সোমবাৰৰ পৰা  খুলিব সুৰাৰ বিপনীসমূহ

জিপ্লাছ নিউজ ডেস্ক | July 18, 2020 17:57 hrs

১৮ জুলাই, গুৱাহাটী: অহা ২০ জুলাই, সোমবাৰৰ পৰা গুৱাহাটীত খুলিব সুৰাৰ বিপনীসমূহ।আজি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই সংবাদমেলযোগে আনলক - ১ ৰ সকলো নিৰ্দেশনা ঘোষণা কৰে। 

 

মহানগৰী কৰ’ণাৰ বটস্প’টৰূপ পৰিগনিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে তিনিসপ্তাহজোৰা লকডাউনৰ ঘোষণা কৰিছিল।   
 
আনলক ১ ৰ নিৰ্দেশনা অনুসৰি সন্ধ্যা ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বাহাল থাকিব।