দৈনিক বাতৰি
মহানগৰীত সোমবাৰৰ পৰা খুলিব সুৰাৰ বিপনীসমূহ
১৮ জুলাই, গুৱাহাটী: অহা ২০ জুলাই, সোমবাৰৰ পৰা গুৱাহাটীত খুলিব সুৰাৰ বিপনীসমূহ।আজি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই সংবাদমেলযোগে আনলক - ১ ৰ সকলো নিৰ্দেশনা ঘোষণা কৰে।
মহানগৰী কৰ’ণাৰ বটস্প’টৰূপ পৰিগনিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে তিনিসপ্তাহজোৰা লকডাউনৰ ঘোষণা কৰিছিল।
আনলক ১ ৰ নিৰ্দেশনা অনুসৰি সন্ধ্যা ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বাহাল থাকিব।
Comments (0)
মন্তব্য প্ৰেৰণ কৰক